Subscribe
URL of the page has been copied to clipboard.
Meaning : যʼত শ্লীলতা নাই
Example : অশ্লীল কিতাপ বিক্রী কৰাৰ অপৰাধত সোহনক দুবছৰৰ কাৰাদণ্ড বিহা হʼল
Synonyms : অকথ্য, অনুচ্চার্য, অনুচ্চাৰণীয়, অশ্লীল, কুকথ্য
Meaning : যিটো ঘৃণাৰ যোগ্য
Example : ভ্রূণ-হত্যা এটা ঘৃণনীয় অপৰাধ
Synonyms : অপকৃষ্ট, ঘিণ লগা-, ঘৃণনীয়, ঘৃণাজনক, ঘৃণাযোগ্য, ঘৃণার্হ, ঘৃণিত, ঘৃণ্য, জঘন্য, বীভৎস
Meaning : যি শুৱনি নহয়
Example : বক্রাচার্যৰ শৰীৰ অশুৱনি
Synonyms : অগঢ়ী, অপচু, অশুৱনি, অশুৱনী, অশোভন, অশোভনীয়, অশোভিত, অসুন্দৰ, আগঢ়ী, আপচু, আভঁজ্া, আভজা, কদর্য্য, কদাকাৰ, কিম্ভূত-কিমাকাৰ, কুন্ধচ, কুবিকট, কুশ্রী, কুৰূপ, বিশ্রী
Install App