Subscribe
URL of the page has been copied to clipboard.
Meaning : কুশল হোৱাৰ অৱস্থা বা ভাৱ
Example : সকলোৰে মংগল ভগৱানৰ হাতত আছে
Synonyms : কল্যাণ, মংগল
Meaning : সুখী আৰু সুস্থভাৱে থকা অৱস্থা
Example : ঘৰত সকলো কুশলে আছে
Meaning : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
Example : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
Synonyms : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, পৰিপক্ক, বিচক্ষণ, সিদ্ধহস্ত
Install App