Subscribe
URL of the page has been copied to clipboard.
Meaning : বেয়া বা অশ্লীল বচন বা উক্তি
Example : কাকো কটুবচন কোৱা উচিত নহয়
Synonyms : কটুক্তি, কটুবচন, দুর্বচন
Meaning : শুনোতাই বেয়া পোৱা এনেকুৱা শ্্ব্দ বা কথা যাক সমাজত ভাল বুলি গণ্য কৰা নহয়
Example : অপশ্্ব্দৰ প্রয়োগ কৰা উচিত নহয়
Synonyms : অপলাপ, অপশ্্ব্দ, অশ্লীল কথা, কটু কথা, দুৰালাপ, বেয়া কথা
Install App