Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কুক্ষণত from অসমীয়া dictionary with examples, synonyms and antonyms.

কুক্ষণত   ক্ৰিয়া বিশেষণ

Meaning : যিটো সময় অনুসৰি নহয়

Example : আপুনি অসময়ত আহি ওলোৱা কাৰণে মই আপোনাক এক পইচাও দিব নোৱাৰোঁ

Synonyms : অবতৰত, অসময়ত, বেয়া সময়ত

Meaning : অনুপযুক্ত সময়ত

Example : আপুনি অসময়ত আহি ওলাইছেহি, মই আপোনাৰ একো সহায় কৰিব নোৱাৰিম

Synonyms : অবতৰত, অসময়ত, বেয়া সময়ত