Meaning : ৰাতি দেখা নোপোৱা এবিধ ৰোগ
Example :
ভিটামিন 'এ'ৰ অভাৱত কুকুৰীকণা হয়
Meaning : যিজন ব্যক্তিয়ে ৰাতি দেখা নাপায়
Example :
কুকুৰীকণাজনে খুটাটোত খুন্দা খালে
Synonyms : নিশান্ধ
Meaning : ৰাতি দেখা নোপোৱা এক ধৰণৰ অৱস্থা
Example :
ৰশ্মিতাই কুকুৰীকণা ৰোগত ভুগি আছে
Synonyms : নিশান্ধতা