Meaning : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
Example :
ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
Synonyms : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
Meaning : কুকুৰনেচীয়া বাঘৰ মাইকী
Example :
মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
Synonyms : মাইকী কুকুৰনেচীয়া