Subscribe
URL of the page has been copied to clipboard.
Meaning : ৰজাৰ জীয়েক বা ৰাজপৰিয়ালৰ কন্যা
Example : ৰজাই ৰাজকুৱঁৰীক এজন খেতিয়কৰ সৈতে বিয়াপাতি দিলে
Synonyms : ৰাজকন্যা, ৰাজকুঁৱৰী, ৰাজকুমাৰী, ৰাজপুত্রী
Meaning : যি স্ত্রী ৰজস্বলা হোৱা নাই
Example : তেওঁ দুর্গা পূজা উপলক্ষে এঘাৰগৰাকী কুমাৰীক ভোজ খুৱালে
Synonyms : কুমাৰী
Install App