Subscribe
URL of the page has been copied to clipboard.
Meaning : কাৰোবাৰ মহত্ত্বপূর্ণ উপল্্ব্ধি
Example : আলেকজেণ্ডাৰক তেওঁৰ কৃতিত্বৰ বাবে জনা যায়
Synonyms : কৃতিত্ব, মহৎ কার্য
Meaning : খ্যাত হোৱা অৱস্থা বা ভাব
Example : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
Synonyms : খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, প্রসিদ্ধি, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
Meaning : কোনো মহত্ত্বপূর্ণ উপলব্ধিৰ বিৱৰণ
Example : শৈশৱত আমি চিন্দাবাদৰ কৃর্তিত্ব পঢ়িছিলো
Synonyms : কৃতকর্ম, কৃর্তিত্ব
Install App