Subscribe
URL of the page has been copied to clipboard.
Meaning : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
Example :
Synonyms : কাষ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
Meaning : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
Example : এই কাঁহীখনৰ কাণটো বৰ পাতল
Synonyms : কাণ, কাষ, প্রান্তৰ, মূৰ
Meaning : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
Example : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
Synonyms : কাষ, দাঁতি, পাৰ
Install App