Subscribe
URL of the page has been copied to clipboard.
Meaning : টকা-পইচা আদি দি দোকান বা কোনো ব্যক্তি আদিৰ পৰা সামগ্রী লোৱা
Example : মই দোকানৰ পৰা এটা চোলা কিনিলোঁ
Synonyms : ক্রয় কৰা, খৰিদা, দোকান কৰা, বজাৰ কৰা
Meaning : যিটো ক্রয় কৰা হৈছে
Example : শীলাই কিনা সামগ্রীখিনি বাকছত ৰাখিছে
Synonyms : ক্রয় কৰা
Install App