Subscribe
URL of the page has been copied to clipboard.
Meaning : কোনো বিশেষ স্থিতিৰে সোঁহাতে বা বাঁওহাতে থকা
Example : শ্যাম মোৰ কাষতে বহিল
Synonyms : ওচৰ
Meaning : দীঘল আৰু চাৰিচুকীয়া বস্তু অন্তিম অংশ
Example : আপোনাৰ শাৰীৰ আগটো কাঁটাত লাগি ধৰিল
Synonyms : আগ, মূৰ
Meaning : কাষলতি আৰু ্কঁ্কালৰ মাজৰ যি অংশত কামি হাড় থাকে
Example : সীমাই নিজৰ পতিৰ কাষত সাবটি ধৰিলে
Synonyms : পার্শ্ব
Meaning : নদী বা জলাশয়ৰ কাষৰ অংশ:তেওঁ ্ নাৱৰ কাৰণে নৈৰ পাৰত ৰৈ আছে
Example :
Synonyms : কিনাৰ, কূল, কূল-কিনাৰ, কূলভূমি, তট, তটভূমি, তীৰ, তীৰভূমি, দাঁতি, পাৰ, বলুকা, সৈকত
Meaning : কোনো বস্তুৰ দৈর্ঘ্য বা প্রস্থ সমাপ্ত হোৱা অংশ
Example : এই কাঁহীখনৰ কাণটো বৰ পাতল
Synonyms : কাণ, কিনাৰ, প্রান্তৰ, মূৰ
Meaning : কোনো ঠাইৰ কাষৰ-পাজৰৰ ঠাই
Example : তেওঁ ্ মোৰ ওচৰতে থাকে
Synonyms : ওচৰ, চুবুৰী, নিকট, পার্শ্ব, সন্নিকট, সমীপ
Meaning : কোনো বস্তু, স্থান আদিৰ কাষৰ ওখ অংশ
Example : তেওঁ নদীৰ ্দাঁতিৰ পৰা পানীত জাপ মাৰি দিলে
Synonyms : কিনাৰ, দাঁতি, পাৰ
Meaning : নিয়ত স্থানৰ ইফাল-সিফালৰ শেষলৈকে থকা বিস্তাৰ
Example : আপোনাৰ কোন ফালে যাবলগীয়া আছে
Synonyms : দিশ, পিন, ফাল
Install App