Subscribe
URL of the page has been copied to clipboard.
Meaning : পাৰ হৈ যোৱা কাল বা সময়
Example : এই উপন্যাসখন অতীতৰ ঘটনাৰ ওপৰত আধাৰিত কালিৰ কথা মনত পেলাই দুখী হোৱা ভাল নহয়
Synonyms : অতীত, অতীত কাল, অতীতকাল, আগৰ সময়, গত কাল, গত সময়, পূর্ব্্কাল, ভূত কাল, ভূতকাল
Meaning : আজিৰ পূর্বৰ দিনটো
Example : এই প্রবন্ধটো যোৱাকালিৰ বাতৰি-কাকতত প্রকাশ হৈছিল
Synonyms : যোৱাকালি
Meaning : কাগজ আৰু কাপোৰ আদিত লিখিবলৈ অথবা ছাপ দিবলৈ ব্যৱহাৰ কৰা কʼলা আৰু ৰঙীন তৰল, গাঢ় পদার্থ
Example : মোৰ এটা ৰঙা চিয়াঁহীৰ কলম আছে
Synonyms : চিয়াঁহী, মহী
Meaning : আজিৰ এদিন আগৰ দিন
Example : মই কালি ইয়াত নাছিলো
Install App