Subscribe
URL of the page has been copied to clipboard.
Meaning : হাতোৰা লগ লাগি থকা হাতৰ অংশ
Example : ৰামে মোৰ কান্ধত খামুচি ধৰিলে
Synonyms : স্কন্ধ, স্কন্ধদেশ
Meaning : মূৰৰ সৈতে শৰীৰৰ জোৰা লগোৱা পিঠিৰ বাহিৰৰ অংশ বিশেষ
Example : মই গলধনত মোচোকা খালোঁ
Synonyms : গলধন
Meaning : শৰীৰৰ ডিঙি আৰু বাহুৰ মাজৰ অংশ
Example : হনুমানে ৰাম আৰু লক্ষ্মণক নিজৰ দুই কান্ধত বহুৱাই লৈ সুগ্রীৱৰ ওচৰ পালেগৈ
Synonyms : কান, স্কন্ধ, স্কন্ধদেশ
Install App