Subscribe
URL of the page has been copied to clipboard.
Meaning : শোভিত হোৱা অৱস্থা বা ভাব
Example : সূর্যাস্তৰ সময়ত আকাশৰ সৌন্দর্য ্চাবলগীয়া হয়
Synonyms : সৌন্দর্য, ্শোভা, ৰমণীয়তা
Meaning : এক ধৰণৰ প্রকাশ বা পোহৰ
Example : তেওঁৰ চেহেৰাৰ জেউতি স্পষ্টৰূপত জিলিকি আছিল
Synonyms : আভা, জেউতি, জ্যোতি, দীপ্তি, দ্যুতি, প্রভা, বিভা
Meaning : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য
Example : তেওঁৰ ্ কান্তি নিৰুপম
Synonyms : সৌন্দর্য, ৰূপ
Meaning : ৰত্নৰ উজ্জ্বলতা বা দীপ্তি
Example : হীৰাৰ চিকমিকনিয়ে চকু চাঁট মাৰি ধৰিছে
Synonyms : আভা, উদ্দীপ্তি, চকমক, চকমকনি, চমক, চিকমিক, চিকমিকনি, ছাটি, জকমকনি, জলমলনি, জিলিকনি, ঝকমকনি, ঝিলিকনি
Install App