Subscribe
URL of the page has been copied to clipboard.
Meaning : এক ধৰণৰ খাদ্যোপযোগী্ ভেঁকুৰ
Example : মই মাশ্বৰুমৰ চুপ খাই বহুত ভাল পাওঁ
Synonyms : মাশ্বৰুম
Meaning : জেকা ঠাই বা পচা বস্তু আদিত হোৱা ভেঁকুৰৰ জাতীয় উদ্ভিদ!
Example : সেই ঠাইখিনি কাঠফুলাৰে ভৰি আছে
Synonyms : কুকুৰমুতা, ধূলিয়ন, বেংছটা, বেংছতা, বেংছাটি, শিলীন্ধ্র
Install App