Meaning : মিহি বস্তু কটা বা খোঁচা যতন
Example :
তেওঁ সাঁচ কটা যতনেৰে মার্বল ্পাথৰত ৰামৰ মূর্তি বনাই আছে
Synonyms : খোদাই কৰা যতন, ছাপ কটা যতন, সাঁচ কটা যতন
Meaning : আৰবৰ এখন দেশ
Example :
কাটাৰ এখন খনিজ তেল উৎপাদক দেশ
Meaning : ইৰাণৰ নিচেই কাষত অৱস্থিত এখন উপদ্বীপ
Example :
কাটাৰৰ মাটিকালি এঘাৰ হাজাৰ পাঁচশ বর্গ কিলোমিটাৰ