Meaning : শুকান ৰূপত পোৱা এবিধ বাদামজাতীয় ফল!
Example :
তেওঁ পুষ্টি লাভৰ কাৰণে সদায় কাজু, কিচমিচ আদি খায়
Meaning : এবিধ চিৰসেউজ গছ যাৰ ফল.....
Example :
এটা বান্দৰে কাজু গছৰ ডাল লৰাই আছে
Synonyms : কাজু গছ, কাজু বাদামৰ গছ