Subscribe
URL of the page has been copied to clipboard.
Meaning : অনাহকত তর্ক কৰি থকা ব্যক্তি
Example : কাজিয়াখোৰ ব্যক্তিৰ সৈতে কথা পতা উচিত নহয়
Synonyms : কুতৰ্কী, বিতণ্ডাবাদী
Meaning : যি সম্বন্ধত কাজিয়া বা গণ্ডগোল হʼব পাৰে
Example : মই কোনো কন্দলীয়া বিষয়ত সোমাব নিবিচাৰোঁ
Synonyms : কন্দলীয়া, দন্দখোৰ
Meaning : সমানে সমানে কাজিয়া কৰোঁতা
Example : কাজিয়াখোৰ মানুহৰ পৰা আঁতৰি থকাই ভাল
Synonyms : কলহপ্রিয়, ্কর্কশ
Meaning : যি ্কর্কশ ্স্বভাৱৰ বা যিয়ে কাজিয়া কৰি থাকে
Example : মনোহৰ এজনী উগ্রা নাৰীৰ পাল্লাত পৰিল
Synonyms : উগ্রা, দন্দুৰী
Install App