Meaning : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
Example :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
Synonyms : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা
Meaning : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
Example :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
Synonyms : কাটা
Meaning : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
Example :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
Synonyms : কাটা