Meaning : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
Example :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
Synonyms : কাঁটা, মাছৰ কাঁইট, মাছৰ কাঁটা
Meaning : বেজি বা কাঁইটৰ সমান কোনো সৰু বস্তু
Example :
ৰামে বেৰৰ চাৰিওফালে কাঁইট লগালে