Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কলম from অসমীয়া dictionary with examples, synonyms and antonyms.

কলম   বিশেষ্য

Meaning : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়

Example : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল

Synonyms : কাপ

Meaning : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ

Example : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে

Synonyms : কাপ, নিজৰি কাপ, পেন, লেখনী

Meaning : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়

Example : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে

Synonyms : লেখনি