Meaning : প্রায় সকলো ধৰণৰ কাম-কাজতে বর্ত্্মান ব্যৱহাৰ হোৱা আৰু স্বয়ংক্রিয়ভাৱে গণনা কৰিব পৰা যন্ত্র বিশেষ
Example :
কম্পিউটাৰৰ ব্যৱহাৰে আমাৰ চৰকাৰী কাজ-কাজত অধিক গতিশীলতা প্রদান কৰিছে
Synonyms : কম্পিউটাৰ, সংগণক, সংগণক যন্ত্র