Subscribe
URL of the page has been copied to clipboard.
Meaning : ঊণ আদিৰে তৈয়াৰী ঠাণ্ডা দিনত গাত লোৱা ডাঠ কাপোৰ বিশেষ
Example : ৰামুৱে কম্বল লৈ শুই আছে
Synonyms : থঙা, ধচা, বৰকাপোৰ
Meaning : এবিধ কপাহী গাত লোৱা কাপোৰ
Example : মানুহে শীতৰ পৰা ৰক্ষা পাবলৈ নিহালী লৈ শুৱে
Synonyms : নিহালি, নিহালী
Install App