Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কম্পিউটাৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

কম্পিউটাৰ   বিশেষ্য

Meaning : প্রায় সকলো ধৰণৰ কাম-কাজতে বর্ত্্মান ব্যৱহাৰ হোৱা আৰু স্বয়ংক্রিয়ভাৱে গণনা কৰিব পৰা যন্ত্র বিশেষ

Example : কম্পিউটাৰৰ ব্যৱহাৰে আমাৰ চৰকাৰী কাজ-কাজত অধিক গতিশীলতা প্রদান কৰিছে

Synonyms : কলনযন্ত্র, সংগণক, সংগণক যন্ত্র