Subscribe
URL of the page has been copied to clipboard.
Meaning : কম হৈ অহা কার্য
Example : বানপীড়িত গঞাই নদীৰ পানী কমা দেখি অলপ সকাহ পালে
Synonyms : টুটা
Meaning : নামি যোৱা বা কমি যোৱা
Example : আজি ৰাতিপুৱাহে তেওঁৰ জ্বৰ কমিল
Synonyms : নমা
Meaning : একেবাৰে আদায় নোহোৱা
Example : হাজাৰৰ পৰা এশ টকা কমি গʼল
Meaning : মূল্য অৱনমিত হোৱা বা কমি অহা
Example : আজিকালি সোণৰ দাম নামিছে
Synonyms : নমা, পৰা
Meaning : ঘাটি হোৱা বা কমি যোৱা
Example : বৰষুণ কম হোৱাৰ কাৰণে এই বছৰ ফচল কমিল
Meaning : ক্ষীণ হোৱা
Example : ৰোগীৰ শৰীৰ দিনে-দিনে কমি আহিছে
Synonyms : কমি যোৱা
Install App