Subscribe
URL of the page has been copied to clipboard.
Meaning : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
Example : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
Synonyms : খাতা, বহী
Meaning : কিতাপ বা বাতৰি কাকতৰ নকল
Example : প্রতিদিনে বাতৰি কাকতৰ বহু হাজাৰ কপি বিক্রী হয়
Meaning : লেখা আদিৰ আক্ষৰিক স্বৰূপ
Example : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
Synonyms : অনুলিপি, নকল, প্রতিলিপি, প্রতিলেখ
Install App