Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কপট from অসমীয়া dictionary with examples, synonyms and antonyms.

কপট   বিশেষ্য

Meaning : নিজা স্বার্থপূৰণৰ কাৰণে কাৰোবাক প্রতাৰণা কৰি কৰা কাম

Example : তেওঁ ্ছল-চাতুৰী কৰি সমস্ত মাটি সম্পত্তি নিজৰ কৰি লʼলে

Synonyms : কপটতা, কপটালি, কাপট্য, কুষাৰি, কৰাল, খেপ, খেপা-খেপি, চতুৰালি, চাতুৰী, চালাকি, চয়তানি, ছল-চাতুৰী, ছলনা, ছলাহ, ঠগন, ঢাকলি, প্রতাৰণা, প্রৱঞ্চনা, ফাং, ফাং-বাজী, বঞ্চনা, বিড়ম্বনা, ভণ্ডামি, ভণ্ডালি, লগোৱা-ভগোৱা-, লেং-মৰা-, শঠতা, শাঠ্য

Meaning : পৰস্পৰৰ মাজত বেয়া ভাব ৰখা অৱস্থা বা ভাব

Example : মনত ৰাখি থোৱা কপটতা উলিয়াই পেলোৱা

Synonyms : কটুতা, কপটতা, কপটা-কপটি, কপটালি, কাপট্য, কুটস্থালি, কুটিলতা, কুটিলালি