Meaning : অক্ষত যোনী কন্যা বা এনেকুৱা ছোৱালী যাৰ পুৰুষৰ সৈতে সহবাস হোৱা নাই
Example :
বেশ্যালয়ত কুমাৰীৰ চাহিদা অতি বেছি
Synonyms : অক্ষতযোনি নাৰী, কুমাৰী
Meaning : বাৰটা ৰাশিৰ মাজৰ ছয় নম্বৰৰ ৰাশি
Example :
এই বছৰটো কন্যাৰাশিৰ লোকৰ কাৰণে ফলদায়ক হʼব
Synonyms : কন্যা ৰাশি, কন্যাৰাশি