Meaning : ভাৰতবর্ষৰ দক্ষিণ অঞ্চলত বিশেষভাৱে কর্ণাটকত কোৱা এক দ্রাবিড়ীয় ভাষা
Example :
কুলকার্ণীদেৱে কন্নড় শিকি আছে
Synonyms : কন্নড় ভাষা
Meaning : যি লিপিত কন্নড় ভাষা লিখা হয়
Example :
কামথে নিজৰ লʼৰাটোক কন্নড় লিখিবলৈ শিকাইছে
Synonyms : কন্নড় লিপি
Meaning : কর্ণাটক ৰাজ্যৰ অধিবাসী
Example :
এইখন কন্নড়সকলৰ সভা
Meaning : কর্ণাটকত থকা বা বসতি কৰা
Example :
কন্নড় লোকৰ মাজত এনেধৰণৰ প্রথা আছে
Meaning : কন্নড় ভাষাৰ সৈতে সম্বন্ধ থকা বা কন্নড় ভাষাৰ
Example :
তেওঁ কন্নড় ্সাহিত্যৰ প্রতি বিশেষ ৰাপ আছে
Meaning : কর্ণাটকৰ সৈতে সম্বন্ধ থকা
Example :
মই কন্নড় সংস্কৃতিৰ সৈতে সম্পূর্ণৰূপে পৰিচিত