Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কন্দৰবাসী from অসমীয়া dictionary with examples, synonyms and antonyms.

কন্দৰবাসী   বিশেষণ

Meaning : গুহা বা গহ্বৰত বাস কৰোঁতা

Example : দ্বাপৰ যুগত ভগৱান কৃষ্ণই গুহাবাসী ৰীক্ষ জাম্বৱন্তক যুদ্ধত পৰাস্ত কৰিলে আৰু তেওঁৰ জীয়ৰী জাম্বৱতীৰে সৈতে বিবাহ পাশত আৱদ্ধ হʼল

Synonyms : গহ্বৰবাসী, গুহাবাসী