Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কদৰ from অসমীয়া dictionary with examples, synonyms and antonyms.

কদৰ   বিশেষ্য

Meaning : কাৰোবাক উদ্দেশ্যি কোনো কথা কওঁতে বা কোনো কাম কৰোতে তেওঁ সন্তোষিত বা সন্মানিত হোৱা অৱস্থা

Example : মাক-দেউতাকক সন্মান কৰিব লাগে স্থান হেৰালে মান হেৰায়

Synonyms : আদৰ, ইজ্জত, মর্যাদা, মান, সন্মান, সমাদৰ, সম্ভ্রম

Meaning : প্রতিষ্ঠিত হোৱাৰ ভাব বা অৱস্থা:তেওঁৰ ্ সমাজত বৰ মান আছে এই নির্বাচনত মই যিকোনো প্রকাৰে জিকিবই লাগিব কিয়নো ইয়াত মোৰ মান-সন্মানৰ প্রশ্ন জড়িত হৈ আছে

Example :

Synonyms : আদৰ, ইজ্জত, মর্যাত, মর্যাদা, মান, মান-মর্যাদা, মান-সন্মান, মান-সম্ভ্রম, সন্মান, সমাদৰ, সম্ভ্রম