Meaning : প্রায়েই পাহৰি থকা ব্যক্তি
Example :
ৰাম এটা ডাঙৰ কথা পাহৰা, সি সদায় কিবা নহয় কিবা পাহৰি যায়
Synonyms : কথা-পাহৰা
Meaning : বৃদ্ধাৱস্থাৰ কাৰণে বুদ্ধিয়ে ভালদৰে কাম নকৰা
Example :
কিছুমান লোকৰ বৃদ্ধাৱস্থাত স্মৃতিভ্ৰংশ হয়
Synonyms : স্মৃতিভ্ৰংশ হোৱা
Meaning : যাৰ পাহৰি থকাটোৱেই স্বভাৱ
Example :
প্ৰতিমাই সৰুকালৰ পৰাই কথা পাহৰা স্বভাৱ আছে