Subscribe
URL of the page has been copied to clipboard.
Meaning : সভা আদিত শ্রোতাসকলৰ সন্মুখত কোনো বিষয়ে নিজৰ ভাব ব্যক্ত কৰা
Example : মুখ্য অতিথিয়ে অনুশাসনৰ মহত্ত্ব সম্পর্কত ভাষণ দিলে
Synonyms : বক্তব্য ৰখা, ভাষণ দিয়া
Install App