Subscribe
URL of the page has been copied to clipboard.
Meaning : কোৱা কথা
Example : নিজৰ গুৰুৰ বিষয়ে তেওঁৰ উক্তি শুনি আমি হতাশ হʼলোঁ আমাৰ কোৱা মানা
Synonyms : উক্তি, কোৱা, জবান, বচন, বাইক, বাক্, বাক্য, বাণী, বাত, বুলি, বয়ান, মুখৰ কথা
Meaning : কিবা কোৱা কার্য
Example : সেনা বিষয়াৰ কথা শুনি সৈনিকসকলে নিজৰ কামত লাগিল
Synonyms : কথা, বচন, বাক, বাচ্য
Install App