Subscribe
URL of the page has been copied to clipboard.
Meaning : বেছি কথা কোৱা ব্যক্তি
Example : কথকীৰ মাজত মনে মনে থকাই ভাল
Synonyms : অতিভাষী
Meaning : বহুত কথা কʼব পৰাজন
Example : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
Synonyms : অতিভাষী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
Meaning : অদৰকাৰী কথা-বতৰা কওঁ্তাজন
Example : ৰামু এজন বহুবল্কী ব্যক্তি
Synonyms : বহুবল্কী
Install App