Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কণ্ঠ from অসমীয়া dictionary with examples, synonyms and antonyms.

কণ্ঠ   বিশেষ্য

Meaning : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়

Example : তেওঁৰ ্ মাতটো বৰ মিঠা

Synonyms : গলা, বোল, মাত, স্বৰ

Meaning : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা

Example : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল

Synonyms : লয়, সুৰ

Meaning : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ

Example : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল

Synonyms : গলা

Meaning : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ

Example : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়

Synonyms : গল, গলা