Subscribe
URL of the page has been copied to clipboard.
Meaning : কোমলতা, তীব্রতা, ডাঙৰ-সৰু আদি কৰি কʼব পৰা শ্্ব্দ যি প্রাণীৰ কণ্ঠৰ পৰা ওলায়
Example : তেওঁৰ ্ মাতটো বৰ মিঠা
Synonyms : গলা, বোল, মাত, স্বৰ
Meaning : গীত পৰিবেশনৰ বিশেষ আৰু সুন্দৰ ভঙ্গিমা
Example : এই গায়িকা গৰাকীৰ সুৰ বৰ ভাল
Synonyms : লয়, সুৰ
Meaning : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
Example : সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
Synonyms : গলা
Meaning : শৰীৰৰ থুতৰিৰ তলত আৰু কান্ধৰ ওপৰৰ অৱস্থিত আগভাগ
Example : পুৰুষৰ কণ্ঠৰ ঘটিকা দেখা যায়
Synonyms : গল, গলা
Install App