Subscribe
URL of the page has been copied to clipboard.
Meaning : পুৰুষৰ জননেন্দ্রিয়:লিঙ্গ শৰীৰৰ একেবাৰে স্পর্শ্্কাতৰ অংগ
Example :
Synonyms : অণ্ডকোষ, উপস্থ, ধকৰি, পুংশ্চিহ্ন, পুৰুষাঙ্গ, মুষ্ক, লিঙ্গ, শিশ্ন
Meaning : স্তন্যপায়ী প্রাণীৰ মতা জাতিৰ লিঙ্গৰ তলৰ মোনা যʼত দুটা গুটি থাকে
Example : তেওঁৰ কণীত ঘা হৈছে
Synonyms : অণ্ড কোষ, অণ্ডকোষ, ধকৰি, মুষ্ক
Meaning : যʼৰ পৰা চৰাই, মাছ আদি জন্ম হয়
Example : তেওঁ ্ সদায় এটাকৈ কুকুৰা চৰাইৰ কণী খায়
Synonyms : অণ্ড, অণ্ডা, ডিম, ডিমা, ডিম্ব
Install App