Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word কঠিন from অসমীয়া dictionary with examples, synonyms and antonyms.

কঠিন   বিশেষণ

Meaning : যিটো মোলায়েম নহয়

Example : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

Synonyms : টান, ্কর্কৰীয়া

Meaning : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

Example : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

Synonyms : অসহজ, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, দুৰূহ, সুকঠিন

Meaning : যিটো সহজ নহয়

Example : এই কঠিন সমস্যাটোৰ সমাধান সূত্র শীঘ্রে উলিওৱা উচিত

Synonyms : অসহজ, বিষম

Meaning : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়

Example : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়

Synonyms : অসহজ, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, দুৰূহ, বিচল

Meaning : যিটো শুনাত খহটা

Example : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

Synonyms : কঠুৱা, কর্কশ, টান, হুঁট্া, ্কালনজীয়া

Meaning : যিটো সোনকালে বুজি পোৱা নাযায়

Example : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

Synonyms : অবোধগম্য, টান, দুৰূহ

Meaning : যিটো গম্য নহয় বা যাব নোৱাৰা

Example : আমি ্ দুর্গম পথৰ পথিক

Synonyms : অগম্য, দুর্গম, দুর্গম্য, দুৰধিগম্য, দুৰূহ