Meaning : কেচি বা অন্য কোনো উপকৰণেৰে কটা কার্য
Example :
মালীয়ে ফুলনিখনৰ কেতবোৰ উদ্ভিদৰ কলম দিছে
Synonyms : কলম দিয়া
Meaning : কোনো ধাৰযুক্ত হাথিয়াৰৰ হেঁ্চাৰে কোনো বস্তুক টুকুৰা কৰা
Example :
পাচলি কাটি আছে
Meaning : কেঁচি বা কেঁচিৰ নিচিনা কোনো যতনেৰে কটা কার্য
Example :
মালীজনে বাগিচাৰ গছপুলিবোৰ প্রতি মাহে কাটে
Synonyms : কলম দিয়া
Meaning : কোনো বস্তুক বিশেষ আকাৰত আনিবৰ কাৰণে কটা কার্য
Example :
মালীয়ে মাজে-মাজে বাগিছাখনৰ গছপুলিবোৰ কাটে নাপিতে তেওঁৰ চুলি কাটিলে
Meaning : কলমৰ ৰেখাৰে কোনো লিখনি বাতিল কৰা কার্য
Example :
শিক্ষকে ভুল উত্তৰটো কাটিলে
Meaning : কোনো বস্তুৰ পৰা কোনো অংশ পৃথক কৰা
Example :
গাণনিক বিষয়াজনে মোৰ বেতনৰ পৰা বিশ শতাংশ আয়কৰ কাটিলে
Meaning : ধাৰাল অস্ত্র আদিৰে কোনো বস্তু আদি দুই বা ততোধিক খণ্ড কৰা বা বহুতো ভাগত বিভক্ত কৰা:মালীজনে গছপুলিবোৰ কলম দিছে
Example :
Synonyms : কলম দিয়া
Meaning : কোনো এক ঠাইত এডাল ৰেখাই আন এডাল ৰেখাৰ ওপৰেৰে পাৰ হৈ আগুৱাই গুচি যোৱা
Example :
জ্যামিতিৰ এই প্রশ্নটোত ভূমিৰেখাক এডাল লম্বৰেখাই সোঁমাজত কাটিছে