Meaning : দেহত এক শিহৰণ অনুভৱ কৰা
Example :
ঠাণ্ডাৰ কাৰণে তেওঁৰ শৰীৰ ্ কঁপি আছে
Synonyms : কঁপনি উঠা, কঁপি-জপি থকা, কম্পন হোৱা, কম্পিত হোৱা
Meaning : ভয় আদিৰ কাৰণে কঁপিবলৈ ধৰা
Example :
উগ্রপন্থীক দেখি সোহনৰ গোটেই শৰীৰ থৰথৰ কৰিবলৈ ধৰিলে
Synonyms : কঁপিবলৈ ধৰা, কম্পিত হোৱা, থৰথৰ কৰা, থৰথৰি হোৱা, থৰহৰি কম্পমান হোৱা