Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রকৃতি, প্রবৃত্তি, স্থিতি আদিৰ বিচাৰত কাৰোবাৰ সৈতে মোকাবিলা কৰোঁতে যি আনৰ পক্ষত থাকে
Example : মই তেওঁক যি কথা কওঁ তেওঁ ঠিক তাৰ ওলোটা কামহে কৰে
Synonyms : অন্যথা, উল্টা, বিপৰীত, বিৰুদ্ধ
Meaning : যি ক্রম, মান্যতা আদি অনুসৰি কাৰোবাৰ বিৰুদ্ধে থকা বা আন পক্ষত থকা
Example : তেওঁলোক দুয়ো বিপৰীত চিন্তাধাৰাৰ হোৱা সত্ত্বেও ভাল বন্ধু
Synonyms : ওভটা, ওভোতা, ওল্টা, পূৰক, প্রতিমুখ, প্রতিলোম, বিপৰীত, বিৰোধী, সম্পূর্ণ বিপৰীত
Install App