Meaning : কোনো বস্তুৰ ভৰ, আকাৰ, মূল্য আদি
Example :
এক বস্তা চাউলৰ ওজন প্রায় এশ কেজি
Synonyms : পৰিমাপ
Meaning : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
Example :
আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
Synonyms : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ