Subscribe
URL of the page has been copied to clipboard.
Meaning : ধৰাতলৰ পৰা একেবাৰে ওপৰৰ ফালে প্রসাৰিত বা ওপৰৰ পিনলৈ বিস্তাৰিত:কুতুব মিনাৰৰ উচ্চতা বহুত বেছি তেওঁ ্ মোৰ ভাইটিৰ সমান ওখ
Example :
Synonyms : উচ্চতা, দীঘ, দীর্ঘতা, দৈর্ঘ্য
Meaning : বহুত ডাঙৰ বিশেষ উচ্চতা সম্পন্ন বা যাৰ বিস্তাৰ ওপৰলৈ অধিক হয়
Example : এভাৰেষ্ট হিমালয়ৰ সকলোতকৈ উচ্চত অৱস্থিত
Synonyms : উচ্চ, ওখ-পাখ, চৰা, টিং, শিখৰ
Meaning : দীঘল শৰীৰৰ
Example : অমিতাভ বচ্চন ওখ ব্যক্তি
Synonyms : উচ্চ, উচ্চতাযুক্ত, উচ্চতাসম্পন্ন
Install App