Meaning : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
Example :
কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
Synonyms : গুচোৱা
Meaning : চিলাই আদি এৰাই যোৱা
Example :
এই পেন্টটোৰ চিলাই মুকলি হʼল
Synonyms : খুলি যোৱা, মুকলি হোৱা