Meaning : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা
Example :
তেওঁ ্মোক মেলাতে এৰিলে
Synonyms : এৰা
Meaning : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
Example :
ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
Synonyms : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা