Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word এৰা from অসমীয়া dictionary with examples, synonyms and antonyms.

এৰা   বিশেষ্য

Meaning : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

Example : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

Synonyms : ত্যাগ, পৰিত্যাগ

Meaning : এক উদ্ভিদ যাৰ ফলৰ পৰা তেল উলিওৱা হয়

Example : এৰাৰ ফল কাঁইটীয়া হয়

Synonyms : এৰণ্ড

Meaning : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

Example : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

Synonyms : উৎসর্গ, ত্যাগ, পৰিত্যাগ

এৰা   ক্ৰিয়া

Meaning : কোনো কাৰণত কোনো কাম নকৰা

Example : মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ

Synonyms : এৰি দিয়া

Meaning : ব্যৱহাৰ বা সেৱন নকৰা

Example : মোহনে দুমাহ আগতেই মদ এৰিলে

Synonyms : ত্যাগ কৰা

Meaning : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা

Example : তেওঁ ্মোক মেলাতে এৰিলে

Synonyms : এৰি দিয়া

Meaning : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা

Example : ৰেলগাড়ীয়ে ষ্টেচন এৰিলে

Meaning : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

Example : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

Synonyms : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা

Meaning : ধ্যান নিদিয়া বা গণনা নকৰা

Example : বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে

Synonyms : বাদ দিয়া

Meaning : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

Example : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

Synonyms : থামা, বন্ধ হোৱা, ৰৈ যোৱা, ৰোৱা

এৰা   বিশেষণ

Meaning : ওলাই যোৱা বা দলি মাৰি পঠোৱা

Example : ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে