Meaning : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়
Example :
সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়
Synonyms : একক স্থান
Meaning : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ
Example :
বাৰত দুটা একক আৰু এটা দহক থাকে
Meaning : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়
Example :
আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত
Meaning : কেৱল এটাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন বা যʼত কেৱল এজনেই থাকে
Example :
এইটো একক প্রণালী