Subscribe
URL of the page has been copied to clipboard.
Meaning : প্রাকৃতিক অৱস্থা অনুসৰি বছৰটোক দুমাহ দুমাহকৈ ভাগ কৰা ছটা ভাগ, যেনে- গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত:ঋতু পৰি্বর্তন প্রকৃতিৰ এক নিয়ম
Example :
Synonyms : ঋত, মৌচুম, ৰিতু
Meaning : স্ত্রীৰ জননেন্দ্রিয়ৰ পৰা প্রতি মাহৰ তিনি চাৰি দিনলৈকে ৰক্ত আদি
Example : ঋতুস্রাৱৰ সময়ত বেছিভাগ মহিলাৰে সমস্যাই দেখা দিয়ে
Synonyms : ঋতুস্রাৱ, নোৱাৰা হোৱা-, পুষ্পিতা, মাহেকীয়া, ৰজঃ, ৰজস্বলা
Install App