Copy page URL Share on Twitter Share on WhatsApp Share on Facebook
Get it on Google Play
Meaning of word ঋত from অসমীয়া dictionary with examples, synonyms and antonyms.

ঋত   বিশেষ্য

Meaning : প্রাকৃতিক অৱস্থা অনুসৰি বছৰটোক দুমাহ দুমাহকৈ ভাগ কৰা ছটা ভাগ, যেনে- গ্রীষ্ম, বর্ষা, শৰৎ, হেমন্ত, শীত আৰু বসন্ত:ঋতু পৰি্বর্তন প্রকৃতিৰ এক নিয়ম

Example :

Synonyms : ঋতু, মৌচুম, ৰিতু

Meaning : যি ন্যায়সংগত, উচিত আৰু ্ ধর্মৰ সৈতে সম্বন্ধিত

Example : সত্য ৰক্ষাৰ কাৰণে তেওঁ নিজৰ জীৱন ্ উচর্গা কৰিলে

Synonyms : ন্যায্য, যথাযথতা, যথার্থত্া, যাথার্থ্য, সঁচ্া, সইত, সত্য, সত্যতা