Subscribe
URL of the page has been copied to clipboard.
Meaning : যিজনে ধাৰ ঋণ লৈছে
Example : পুৰণি ঋণীসকলক বেংকে সোনকালে ঋণ জমা কৰিবলৈ কৈছে
Synonyms : ঋণকর্তা, ধৰুৱা
Meaning : যিজনৰ কাৰোবাক কিবা দিবলৈ বাকী ৰৈ গৈছে
Example : তেওঁ ্মোৰ ওচৰত ঋণী কিয়নো তেওঁৰ ্পৰা এতিয়াও এশ টকা পাবলৈ বাকী আছে
Synonyms : ধৰুৱা
Meaning : যিজনে ঋণ লৈছে
Example : বেংকে ঋণী সদস্যসকলক অনতিপলমে ঋণ জমা দিয়াৰ বাবে জাননী প্রেৰণ কৰিছে
Synonyms : ঋণগ্রস্ত, ধৰুৱা
Install App